Thursday, October 4, 2018

ঘাহিগাওঁ আৰক্ষীৰ এক সফল অভিযান। উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে তিনি বছৰ পুৰ্বে সন্ধানহীন হোৱা যাত্ৰীবাহী বাছ।

তিনি বছৰ পুৰ্বে সন্ধানহীন হোৱা যাত্ৰীবাহী বাছ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ঘাহিগাওঁ আৰক্ষী প্ৰশাসন। ঘাহিগাওঁ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আলিমুদ্দিন আহমেদৰ এক সফল অভিযান। আটক হৈছে বৰঙাবাৰী ৰ এজন যুৱক। গুৱাহাটী ABCবাছ ষ্টেণ্ডৰ পৰা উদ্ধাৰ হৈছে AS-12E-0742 নম্বৰৰ বাছখন। ধ্ৰুত যুবক জনৰ নাম  ঋতুৰাজ বৰুৱা ওৰফে বুমনি বুলি চিনাক্ত কৰা হৈছে ।

No comments:

Post a Comment