গহপুৰ কলাবাৰীৰ এজন ব্যতিক্ৰমী যুৱক।আজিৰ দিনত অসমৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়টো ফেচবুকত এটি চিনাকী নাম কল্পজ্যােতি বনিয়া।।ব্যতিক্ৰমী এই বাবেই যে তেওঁ এনে কিছুমান কাম কৰি ভাল পায় যি বিলাক কাম হয়তো একাংশৰ বাবে অপছন্দও হ'ব পাৰে। সাধাৰনতে আজিকালি যুৱক যুৱতী সকলৰ মাজত ফেচবুকত এটি জনপ্ৰিয় এপ "musicaly video"।এই "এপ"ৰ জৰিয়তে এতিয়া নিজৰ প্ৰতিভা বিকাশত ব্যস্ত এতিয়া কল্পজ্যােতি।অভিনয় ভাল পোৱ যুৱক জনে এতিয়া প্ৰতিভা বিকাশৰ স্থল হিচপে বাছি লৈছে এই "এপ"বিধক।শুনিবলৈ আছৰিত লাগিলেও সেইটোৱেই সত্য।। তেওঁ মিউজিকেলি এপৰ জৰিয়তে অভিনয়ৰ জগতত আগবাঢ়ি যাব বিছাৰে ।
No comments:
Post a Comment